Important GK of Social Science Part 1: Dear friends, here we discuss some General Knowledge (GK) important question answers of Social Science, ancient india for grade III posts of Assam Direct Recruitment 2022. Candidates will try hard for grade III posts of Assam Direct Recruitment 2022 which will be held 28th August 2022, Sunday. Here we try to cover some of the Important GK of Social Science Part 1 for Grade III post.

For more Upcoming Latest Assam Govt Jobs and Central Govt Jobs information please keep visiting our website www.theJob365.com regularly. We give some Question Answers of Social Science below.
Get Daily Latest Job News Update
Join Our Telegram Channel | Click Here |
Join Our WhatsApp Group | Click Here |
Related Article
Direct Recruitment Paper PDF 2022
Important GK of Social Science Part 2
India Post Recruitment 2022 for 98083 Posts
ITBP Constable Recruitment 108 Constable (Pioneer) Vacancy
BSF Jobs 1312 Head Constable Vacancy
Important GK of Social Science Part 1
Here we try to give some Question Answers of Social Science of ancient india which will be important for grade III of Assam Direct Recruitment and other written exam of Assam Govt Jobs.
1. কোনটো বংশৰ ৰাজত্বকালত ভাৰতত পোন প্ৰ্থমবাৰৰ বাবে সোণৰ মুদ্ৰাৰ প্ৰচলন হয়?
উত্তৰ : গুপ্ত বংশত।
2. চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল?
উত্তৰ : চেলিউকছ।
3. গৌতম বুদ্ধই সৰ্বপ্ৰ্থম ধৰ্মোপদেশমূলক বক্তৃতা ক’ত প্ৰদান কৰিছিল।
উত্তৰ : সাৰনাথ।
4. ভাৰত বুৰঞ্জীত কোনটো যুগক ‘সোণালী যুগ’ আখ্যা দিয়া হয়?
উত্তৰ : গুপ্তযুগক।
5. গুপ্তযুগৰ বিখ্যাত গুহা চিত্ৰৰ নাম কি?
উত্তৰ : অজন্তা গুহা চিত্ৰ।
6. ভাৰতবৰ্ষৰ প্ৰাচীনতম ৰাজবংশটো কি?
উত্তৰ : মৌৰ্যবংশ।
7. সিন্ধু উপত্যকাৰ সভ্যতা ধ্বংস হোৱাৰ প্ৰধান কাৰণ কি আছিল?
উত্তৰ : বানপানী আৰু ধুমুহা।
8. ‘হিন্দ’ শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে?
উত্তৰ : সিন্ধু (নদী)।
9. দেৱনাগৰী লিপিৰ ব্যৱহাৰ কৰা ভাৰতৰ চৰকাৰী ভাষা কেইটা কি কি?
উত্তৰ : বড়ো, ডগ্ৰি, হিন্দী, কংকনী, মাৰাঠী, নেপালী, সংস্কৃত।
10. বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল?
উত্তৰ : দ্বিতীয় চন্দ্ৰগুপ্ত।
11. চীন দেশৰ কোনজন পৰিব্ৰাজকে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল।
উত্তৰ : হিউয়েন চাং।
12. ভাৰতৰ কোনখন প্ৰাচীন বিশ্ববিদ্যালয়ক বিশ্বৰ প্ৰথম আৱাসিক আন্ত:ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় হিচাপে বিবেচনা কৰা হয়?
উত্তৰ : নালন্দা বিশ্ববিদ্যালয়।
13. মৌৰ্য সাম্ৰাজ্যৰ প্ৰ্তিষ্ঠাপক কোন?
উত্তৰ : চন্দ্ৰগুপ্ত মৌৰ্যই।
14. পল্লৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : চিমহা, বিষ্ণু।
15. পাল বংশৰ প্ৰতিষ্ঠাপকৰ নাম কি? পাল ৰজাসকলে ৰাজধানী প্ৰ্তিষ্ঠা কৰা ঠাইখনৰ নাম কি?
উত্তৰ : ৰজা গোপাল আৰু ৰাজধানী মুদগাগিৰিত প্ৰ্তিষ্ঠা কৰিছিল।
16. কোন চনত গৌতম বুদ্ধৰ মৃত্যু হৈছিল?
উত্তৰ : খ্ৰীষ্টপূৰ্ব ৪৮৭।
17. মহামতি আকবৰৰ ৰাজত্বকালত কোনে পাৰ্চী ভাষাক মোগল সাম্ৰাজ্যৰ শাসকীয় ভাষা হিচাপে ঘোষনা কৰিছিল?
উত্তৰ : ৰাজা টডৰমল।
18. ভাৰতত কেতিয়া বিক্ৰমী যুগ আৰম্ভ হয়।
উত্তৰ : খ্ৰীষ্টপূৰ্ব ৫৮।
19. কোন শতিকাত সমুদ্ৰ্গুপ্তই ৰাজত্ব কৰিছিল?
উত্তৰ : চতুৰ্থ শতিকাত
20. অশোকৰ শিলালিপি আৰু তাম্ৰলিপি ভাৰতবৰ্ষৰ ৪৫ খন ঠাইত পোৱা গৈছে। এই শিলালিপিবোৰ কি ভাষাত লিখা হৈছে?
উত্তৰ : প্ৰাকৃত।
Also Read: Important GK of Social Science Part 2
21. কোন ৰাজ বংশই শকাব্দৰ প্ৰ্চলন কৰিছিল?
উত্তৰ : কনিষ্ক।
22. কণিষ্ক কোনটো বংশৰ লোক আছিল?
উত্তৰ : কুষাণ।
23. সামৰিক অভিযানকাৰী আৰু বিজেতা হিচাপে খ্যাত গুপ্ত বংশৰ ৰজাজনৰ নাম কি?
উত্তৰ : সমুদ্ৰগুপ্ত।
24. ভাৰতীয় ইতিহাসত কোনজন শাসকক অমিত্ৰঘাত অৰ্থাৎ ‘শত্ৰুনিধক’ হিচাপে জনা যায়?
উত্তৰ : বিন্দুসাৰ।
25. মহেঞ্জোদাৰো ক’ত অৱস্থিত?
উত্তৰ : সিন্ধু প্ৰ্দেশ (পাকিস্তান)
26. গুপ্ত বংশৰ শাসন কালত কোন ধৰ্মই অধিক প্ৰভাৱ বিস্তাৰ কৰিছিল।
উত্তৰ : হিন্দু ধৰ্ম।
27. গুপ্ত বংশৰ শাসনৰ সময়ত কোনটো বিদেশী গোষ্ঠীয়ে ভাৰত আক্ৰমণ কৰিছিল?
উত্তৰ : শোন গোষ্ঠীৰ লোকসকলে।
28. ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় ?
উত্তৰ : সমুদ্ৰগুপ্ত।
29. আলেকজেন্দাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ কোন দেশৰ লোক আছিল?
উত্তৰ : খ্ৰীষ্টপূৰ্ব ৩২৭, মেচিডোনিয়া।
30. শ্ৰেষ্ঠ মৌৰ্য ৰজা হিচাপে কাক স্বীকৃতি দিয়া হৈছিল।
উত্তৰ : চন্দ্ৰগুপ্ত মৌৰ্য।
31. ভাৰতবৰ্ষৰ প্ৰথমজন ঐতিহাসিক সম্ৰাট হিচাপে কোনজন প্ৰাচীন ভাৰতৰ ৰজাক বিবেচনা কৰা হয়?
উত্তৰ : চন্দ্ৰগুপ্ত মৌৰ্য।
32. চাণক্যক চন্দ্ৰগুপ্ত মৌৰ্যৰ ‘গুৰু’ হিচাপে বিবেচনা কৰা হয়। চাণক্যই প্ৰণয়ন কৰা বিখ্যাত গ্ৰ্ন্থখনৰ নাম কি?
উত্তৰ : অৰ্থশাস্ত্ৰ।
33. চন্দ্ৰগুপ্তৰ ৰাজসভা ভ্ৰমণ কৰা গ্ৰীক ৰাষ্ট্ৰদূতজনৰ নাম কি?
উত্তৰ : মেগাস্থেনিছ।
34. অশোকে কেতিয়া কলিংগ আক্ৰমণ কৰিছিল?
উত্তৰ : খ্ৰীষ্টপূৰ্ব ২৬১।
35. কলিংগ যুদ্ধই অশোকক বৌদ্ধ ধৰ্মৰ প্ৰতি অনুপ্ৰাণিত কৰিছিল। কোনজন ব্যক্তিয়ে অশোকক বৌদ্ধ ধৰ্মত অন্তৰ্ভুক্ত কৰিছিল?
উত্তৰ : উপগুপ্ত।
36. গুপ্তবংশৰ শাসনকালত মগধৰ ৰাজধানী কি আছিল?
উত্তৰ : পাটলিপুত্ৰ।
37. হৰপ্পা সভ্যতাৰ আনটো নাম কি?
উত্তৰ : সিন্ধু উপত্যকাৰ সভ্যতা।
38. আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিল?
উত্তৰ : খ্ৰীষ্টপূৰ্ব ২০০০-১৫০০ৰ মাজত।
39. আৰ্যসকলে প্ৰ্ৱৰ্তন কৰা সমাজৰ চাৰিটা শ্ৰেণী কি কি?
উত্তৰ : ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ।
40. মগধ সাম্ৰাজ্যৰ প্ৰ্তিষ্ঠাপক কোন?
উত্তৰ : ৰজা বিম্বিসাৰ।