Important GK of Social Science Part 3: Dear friends, here we discuss some General Knowledge (GK) important question answers of Social Science, ancient india for grade III posts of Assam Direct Recruitment 2022. Candidates will try hard for grade III posts of Assam Direct Recruitment 2022 which will be held 28th August 2022, Sunday. Here we try to cover some of the Important GK of Social Science Part 3 for Grade III post.

For more Upcoming Latest Assam Govt Jobs and Central Govt Jobs information please keep visiting our website www.theJob365.com regularly. We give some Question Answers of Social Science below.
Get Daily Latest Job News Update
Join Our Telegram Channel | Click Here |
Join Our WhatsApp Group | Click Here |
Related Article
Important GK of Social Science Part 1
Direct Recruitment Paper PDF 2022
India Post Recruitment 2022 for 98083 Posts
BSF Jobs 1312 Head Constable Vacancy
Important GK of Social Science Part 3
Here we try to give some Question Answers of Social Science of ancient india which will be important for grade III of Assam Direct Recruitment and other written exam of Assam Govt Jobs.
1. কোনজন ভাইচৰয়ৰ দিনত কংগ্ৰেছে পূৰ্ণ স্বাধীনতা দাবী উত্থাপন কৰে?
উত্তৰ : লৰ্ড আৰউইন।
2. গান্ধীজীয়ে কেতিয়া প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল?
উত্তৰ : ১৯১৭ চনত।
3. ভাৰতীয় জাতীয় কংগ্ৰেছে কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল?
উত্তৰ : ১৯২০ চনত।
4. ভাৰতবৰ্ষত হোম ৰুল আন্দোলন কোনে আৰম্ভ কৰিছিল?
উত্তৰ : ড০ এনি বেছান্ত।
5. গান্ধীজীয়ে কেতিয়া আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল?
উত্তৰ : ১৯২৩ চনত।
6. ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বসন্মতভাৱে পূৰ্ণ স্বাধীনতা দাবী কেতিয়া উত্থাপন কৰিছিল?
উত্তৰ : ১৯২৯ চনৰ লাহোৰ অধিৱেশনত।
7. ১৯৩০ চনৰ ৬ এপ্ৰিলত কোনটো ঐতিহাসিক ঘটনা সংঘটিত হৈছিল?
উত্তৰ : মহাত্মা গান্ধীৰ দাণ্ডি পদযাত্ৰা।
8. গান্ধীজীয়ে ক’ৰ পৰা ঐতিহাসিক দান্দি যাত্ৰা আৰম্ভ কৰিছিল?
উত্তৰ : আহমেদাবাদৰ সবৰমতী আশ্ৰম।
9. কোনটো ঘটনাই স্বদেশী আন্দোলন আৰু ভাৰতত বিদেশী বস্ত্ত বৰ্জনৰ দৰে পদক্ষেপ সূচনা কৰিছিল?
উত্তৰ : ১৯০৫ চনৰ বংগ বিভাজন।
10. ভাৰতবৰ্ষত ব্ৰিটিছ শাসিত ভূ-খন্দৰ প্ৰথমজন গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ : ৱাৰেণ হেষ্টিংছ।
11. ৰবাৰ্ট ক্লাইভ কেতিআ বংগৰ গৱৰ্ণৰ হৈছিল?
উত্তৰ : ১৭৬৪ খ্ৰীষ্টাব্দত।
12. টিপু চুলতান কোন আছিল
উত্তৰ : তেওঁ মহিশূৰৰ চুলতান আছিল।
13. ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল?
উত্তৰ : জে বি কৃপালানি।
14. ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত ভাৰতীয় সৈন্যসকলে কাক ভাৰতৰ সম্ৰাট হিচপে আনুষ্ঠানিক্ভাৱে ঘোষণা কৰিছিল?
উত্তৰ : বাহাদূৰ শ্বাহ জাফৰ।
15. অন্তিমজন মোগল সম্ৰাটৰ নাম কি আছিল?
উত্তৰ : বাহাদূৰ শ্বাহ জাফৰ।
16. ১৮৫৭ চনৰ বিদ্ৰোহত কাক পেছোৱা হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰ : নানা চাহেব।
17. কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল?
উত্তৰ : ১৯১১ চনত।
18. কোন চনত বৃটিছ চৰকাৰে ৰাওলাট আইন প্ৰৱৰ্তন কৰিছিল?
উত্তৰ : ১৯১৯ চনত।
19. জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল আৰু ইয়াৰ বাবে দায়ী কোন আছিল?
উত্তৰ : ১৯১৯ চনৰ ১৩ এপ্ৰিলত; জেনেৰেল ডায়াৰ ইয়াৰ বাবে দায়ী আছিল।
20. ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনৰ বাবে গান্ধীজীক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল?
উত্তৰ : ১৯২৪ চনৰ বেলগাম অধিৱেশনৰ বাবে।
Also Read: Important GK of Social Science Part 2
21. মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন (১৯২০-২২) কিয় প্ৰত্যাহাৰ কৰিছিল?
উত্তৰ : চৌৰি-চৌৰাত সংঘটিত হিংসাৰ কাৰণে।
22. বিখ্যাত গান্ধী-আৰউইন চুক্তি কেতি্য়া স্বাক্ষৰিত হৈছিল?
উত্তৰ : ১৯৩১ চনত।
23. ১৯৪৬ চনৰ ১৯ মাৰ্চত কেবিনেট আয়োগক ভাৰতলৈ কিয় প্ৰেৰণ কৰা হৈছিল?
উত্তৰ : ক্ষমতাৰ হস্তান্তৰকৰণৰ বাবে সাংবিধানিক ব্যৱস্থা গ্ৰহণাৰ্থে।
24. গান্ধী যুগৰ প্ৰাৰম্ভিক কালছোৱাত সৰোজিনি নাইডুৱে ‘হিন্দু-মুছলমান একতাৰ ৰাষ্ট্ৰ্দূত’ বুলি অভিহিত কৰা ব্যক্তিজনৰ নাম কি?
উত্তৰ : মহম্মদ আলি জিন্না।
25. ঐতিহাসিক ভাৰত ত্যাগ আন্দোলন গান্ধীজীয়ে কেতিয়া আৰু ক’ৰ পৰা আৰম্ভ কৰিছিল?
উত্তৰ : ১৯৪২ চনৰ ৮ আগষ্টত, বোম্বাইৰ পৰা।
26. ভাৰতলৈ কেবিনেট মিছ্ন কেতিয়া আৰু কাৰ নেতৃত্বত প্ৰেৰণ কৰা হৈছিল?
উত্তৰ : ১৯৪৬ ৰ মাৰ্চ মাহত আৰু ইয়াৰ নেতৃত্ব লৈছিল লৰ্ড পেথিক লৰেন্সে।
27. কোনটো ঘটনাই স্বদেশী আন্দোলন আৰু ভাৰতত বিদেশী বস্ত্ত বৰ্জনৰ দৰে পদক্ষেপ সূচনা কৰিছিল?
উত্তৰ : ১৯০৫ চনৰ বংগ বিভাজন।
28. ভাৰতবৰ্ষত ব্ৰিটিছ শাসিত ভূ-খন্দৰ প্ৰথমজন গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ : ৱাৰেণ হেষ্টিংছ।
29. ৰবাৰ্ট ক্লাইভ কেতিআ বংগৰ গৱৰ্ণৰ হৈছিল?
উত্তৰ : ১৭৬৪ খ্ৰীষ্টাব্দত।
30. টিপু চুলতান কোন আছিল
উত্তৰ : তেওঁ মহিশূৰৰ চুলতান আছিল।
31. ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল?
উত্তৰ : জে বি কৃপালানি।
32. ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত ভাৰতীয় সৈন্যসকলে কাক ভাৰতৰ সম্ৰাট হিচপে আনুষ্ঠানিক্ভাৱে ঘোষণা কৰিছিল?
উত্তৰ : বাহাদূৰ শ্বাহ জাফৰ।
33. অন্তিমজন মোগল সম্ৰাটৰ নাম কি আছিল?
উত্তৰ : বাহাদূৰ শ্বাহ জাফৰ।
34. জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ পিছত গান্ধীয়ে কি আন্দোলন আৰম্ভ কৰিছিল?
উত্তৰ : অসহযোগ আন্দোলন।
35. ভাৰতত ‘ৰাজপথ’ নিৰ্মাণৰ সূচনা কৰা প্ৰথম বৃটিছ গৱৰ্ণৰ-জেনেৰেলজনৰ নাম কি?
উত্তৰ : লৰ্ড ডেলহাউচি।
36. স্বামী বিবেকানন্দই অংশ গ্ৰহণ কৰা বিশ্ব ধৰ্মৰ প্ৰ্সিদ্ধ সভাখন ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ : চিকাগোত।
37. কোন চনত পণ্ডিত জৱাহৰলাল নেহৰুক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত কৰা হৈছিল?
উত্তৰ : ২৯ ডিচেম্বৰ ১৯২৯
38. প্ৰশ্ন : চৌৰা-চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল?
উত্তৰ : ১৯২১ চনত।
39. ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰে?
উত্তৰ : ১৫ আগষ্ট, ১৯৪৭।
40. ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰ : ক্লিমেন্ট এটলী।